ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • es25 পৃষ্ঠা ৬
  • এই কিতাপখন কেনেদৰে ব্যৱহাৰ কৰিব

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এই কিতাপখন কেনেদৰে ব্যৱহাৰ কৰিব
  • দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫
  • উপশীৰ্ষক
দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫
es25 পৃষ্ঠা ৬

এই কিতাপখন কেনেদৰে ব্যৱহাৰ কৰিব

এই কিতাপখনত প্ৰতিদিনৰ বাবে এটা শাস্ত্ৰপদ আৰু তাৰ ওপৰত আধাৰিত তথ্য দিয়া হৈছে। এয়া আপুনি দিনৰ যিকোনো সময়ত পঢ়িব পাৰে। কিন্তু বহুতোলোকে ৰাতিপুৱা পঢ়ি বেছি লাভৱান হৈছে। ৰাতিপুৱা পঢ়াৰ বাবে তেওঁলোকে গোটেই দিন এই বিষয়ে ধ্যান কৰিব পাৰে। যেতিয়া গোটেই পৰিয়ালে একেলগে মিলি আলোচনা কৰিব, তেতিয়াহে তেওঁলোকে বেছিকৈ লাভৱান হ’ব পাৰিব। গোটেই পৃথিৱীৰ বেথেল পৰিয়ালে ৰাতিপুৱাৰ আহাৰৰ সময়ত এইদৰে কৰে।

ইয়াত দিয়া তথ্যবোৰ এপ্ৰিল ২০২৩-ৰ পৰা মাৰ্চ ২০২৪ চনৰ প্ৰহৰীদুৰ্গৰ পৰা (w) লোৱা হৈছে। প্ৰথমতে প্ৰহৰীদুৰ্গ সংখ্যাৰ তাৰিখ দিয়া হৈছে, তাৰ পাছত পৃষ্ঠা আৰু অনুচ্ছেদৰ নম্বৰ দিয়া হৈছে। (তলত দিয়া উদাহৰণ চাওক।) এই অধ্যয়ন লেখৰ পৰা আপুনি বেছিকৈ জানিব পাৰিব।

[পৃষ্ঠা ৬-ত দিয়া ছবি]

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক