ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ১ পিতৰ ৩-৫
“সকলোৰে শেষ ওচৰ চাপিছে”
আমি অতি সোনকালে মহাক্লেশৰ সন্মুখীন হʼবলৈ গৈ আছোঁ, যি এই জগতত কেতিয়াও হোৱা নাই। আমি বৰ্তমান আৰু ভৱিষ্যতে কেনেকৈ বিশ্বাসী হৈ থাকিব পাৰোঁ?
সকলো ধৰণৰ প্ৰাৰ্থনাত লাগি থাকক
ভাই-ভনীসকলৰ লগত ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিবলৈ আগ্ৰহযুক্ত প্ৰেম বৃদ্ধি কৰক
অতিথি সৎকাৰ দেখুৱাওক
নিজকে সোধক: ‘মই কি কি ব্যৱহাৰিক উপায়েৰে, স্থানীয় আৰু গোটেই পৃথিৱীত থকা ভাই-ভনীসকলৰ প্ৰতি আগ্ৰহযুক্ত প্ৰেম আৰু অতিথি সৎকাৰ দেখুৱাব পাৰোঁ?’