গীত নং ৭৯
তেওঁলোকক সত্যত থিৰে থাকিবলৈ শিকোৱা
১. আ-ন-ন্দ অ-তি-শয় পাওঁ আ-মি,
বা-ক্য শি-কাই যে আ-নক;
দে-খি-লোঁ যি-হো-ৱাৰ স-হা-য়ত,
স-ত্য শি-কে ন-ম্ৰ-লোক।
(কোৰাচ)
শু-না মি-ন-তি পি-তা,
যী-চুৰ যো-গে-দি অ-নু-ৰোধ,
ৰ-ক্ষা ক-ৰা ন-ম্ৰ-জ-নক,
যা-তে হয় তেওঁ-লোক স-বল আ-ৰু পায় জী-ৱন।
২. প-ৰী-ক্ষাত ন-প-ৰে যেন তেওঁ-লোক,
ক-ৰা স-হায় হে পি-তা;
পিছ-নু-হুঁ-কি যেন আগ-বা-ঢ়ি যায়,
জী-ৱ-নৰ বা-টত তেওঁ-লোক।
(কোৰাচ)
শু-না মি-ন-তি পি-তা,
যী-চুৰ যো-গে-দি অ-নু-ৰোধ,
ৰ-ক্ষা ক-ৰা ন-ম্ৰ-জ-নক,
যা-তে হয় তেওঁ-লোক স-বল আ-ৰু পায় জী-ৱন।
৩. থা-কে যেন স-ত্যত তেওঁ-লোক স্থিৰ হৈ,
বি-শ্বাসত বৃ-দ্ধি পায় যেন,
আ-স্থা ৰা-খি যাঃ আ-ৰু যী-চুত,
জি-কে যেন জী-ৱন যু-দ্ধ।
(কোৰাচ)
শু-না মি-ন-তি পি-তা,
যী-চুৰ যো-গে-দি অ-নু-ৰোধ,
ৰ-ক্ষা ক-ৰা ন-ম্ৰ-জ-নক,
যা-তে হয় তেওঁ-লোক স-বল আ-ৰু পায় জী-ৱন।
(লূক ৬:৪৮; পাঁচ. ৫:৪২; ফিলি. ৪:১ পদবোৰো চাওক।)