গীত নং ৮১
অগ্ৰগামীসকলৰ জীৱন
(উপদেশক ১১:৬)
১. ন-তুন দিন যে আ-হিল, পো-হৰ আ-কৌ যে হ’ল,
টো-প-নিৰ প-ৰা সাৰ পাই উ-ঠি,
ক-ৰোঁ যাঃৰ ম-হি-মা।
হাঁ-হি-মু-খে আ-মি স-ক-লো-কে মা-তোঁ,
চাই স-ক-লো-ৱে বা-টত আ-মাক,
ত-থা-পি থা-কোঁ ৰৈ।
(কোৰাচ)
ল-লোঁ আ-মি এই পথ;
জী-উ তো-মাৰ বা-বে।
ক-ৰিম আ-মি যি কো-ৱা তু-মি।
ৰʼদ হওক বা ব-ৰ-ষুণ,
স-হিম স-ক-লো-বোৰ আ-মি।
ক-ৰিম স-দায় প্ৰেম প্ৰ-কাশ আ-মি, তো-মা-লৈ।
২. বে-লি-মাৰ গʼল চো-ৱা,
আ-ন্ধাৰ না-মি আ-হিল,
ভা-গ-ৰি প-ৰি-ছোঁ,
কি-ন্তু আ-ছে ম-নত আ-ন-ন্দ।
প্ৰ-থম স্থান যি-হো-ৱাক জী-ৱ-নত দিওঁ আ-মি।
আ-ৰু যি-হো-ৱাই দি-য়ে আ-শীৰ্-বাদ, শা-ন্তি আ-মি পাওঁ।
(কোৰাচ)
ল-লোঁ আ-মি এই পথ;
জী-উ তো-মাৰ বা-বে।
ক-ৰিম আ-মি যি কো-ৱা তু-মি।
ৰʼদ হওক বা ব-ৰ-ষুণ,
স-হিম স-ক-লো-বোৰ আ-মি।
ক-ৰিম স-দায় প্ৰেম প্ৰ-কাশ আ-মি, তো-মা-লৈ।
(যিহো. ২৪:১৫; গীত. ৯২:২; ৰোম. ১৪:৮ পদবোৰো চাওক।)