গীত নং ১৩৮
পকা চুলি গৌৰৱৰ মুকুট
(হিতোপদেশ ১৬:৩১)
১. বৃ-দ্ধ-স-কল যে আ-মাৰ,
ধৈ-ৰ্য্যৰ চা-নে-কি।
নি-ষ্ঠা-ৰে ক-ৰে সে-ৱা
যে দি-নে ৰা-তি।
অ-সু-স্থ, দুৰ্-বল আ-ৰু
কি-ছু সং-গী-হীন।
পিতা, থা-কে যেন তেওঁ-লোক
জী-ৱ-নৰ অ-ধীন।
(কোৰাচ)
পি-তা ক-ৰা স্ম-ৰণ
তেওঁ-লো-কৰ কা-মক।
দি-য়া তেওঁক আ-শীৰ্-বাদ;
যা-তে পায় সা-হস!
২. শো-ভা বৃ-দ্ধ-স-ক-লৰ,
সেই প-কা চু-লি।
যাঃৰ দৃ-ষ্টিত তেওঁ-লো-কে হৈ
থা-কে বি-শ্বা-সী।
স্ম-ৰণ ক-ৰোঁ তেওঁ-লো-কক
আ-ছিল তেওঁ ডে-কা।
ম-নে-প্ৰা-ণে ক-ৰি-ছিল
নি-ষ্ঠা-ৰে সে-ৱা।
(কোৰাচ)
পি-তা ক-ৰা স্ম-ৰণ
তেওঁ-লো-কৰ কা-মক।
দি-য়া তেওঁক আ-শীৰ্-বাদ;
যা-তে পায় সা-হস!
(গীত. ৭১:৯, ১৮; হিতো. ২০:২৯; মথি ২৫:২১, ২৩; লূক ২২:২৮; ১ তীম. ৫:১ পদবোৰো চাওক।)