গীত নং ৩০
যিহোৱা আমাৰ পিতা, ঈশ্বৰ আৰু বন্ধু
- ১. জী-ৱন মোৰ হয় বৰ ক-ঠিন, - পাওঁ স-দায় দুখ আ-ৰু বে-দ-না। - কি-ন্তু মই কওঁ প্ৰ-তি-দিন, - জী-ৱন ন-হয় ব্য-ৰ্থ। - (কোৰাচ) - জা-নোঁ তেওঁ নে-পা-হ-ৰে, - যি কাম ক-ৰি-লোঁ মই প্ৰে-মে-ৰে। - যাঃ হ’ল বি-শ্বাসী ঈ-শ্বৰ, - মোৰ হাত নে-ৰি-ব কে-তি-য়াও। - হয়, ঈ-শ্বৰ মোৰ প্ৰাণ-দা-তা, - তেওঁ মোৰ ৰ-ক্ষক, গো-টেই জী-ৱ-নৰ। - হয়, যি-হো-ৱা তেওঁ - মোৰ ঈ-শ্বৰ, ব-ন্ধু, পি-তা। 
- ২. হায়! যৌ-ৱ-নৰ দিন যে গ’ল, - বৃ-দ্ধ আ-ৰু দুৰ্-বল হ-লোঁ মই। - নি-ৰাশ য-দিও হওঁ মই, - আ-শাৰ বাট চাওঁ যে ৰৈ। - (কোৰাচ) - জা-নোঁ তেওঁ নে-পা-হ-ৰে, - যি কাম ক-ৰি-লোঁ মই প্ৰে-মে-ৰে। - যাঃ হ’ল বি-শ্বাসী ঈ-শ্বৰ, - মোৰ হাত নে-ৰি-ব কে-তি-য়াও। - হয়, ঈ-শ্বৰ মোৰ প্ৰাণ-দা-তা, - তেওঁ মোৰ ৰ-ক্ষক, গো-টেই জী-ৱ-নৰ। - হয়, যি-হো-ৱা তেওঁ - মোৰ ঈ-শ্বৰ, ব-ন্ধু, পি-তা। 
(গীত. ৭১:১৭, ১৮ পদবোৰো চাওক।)