গীত নং ১৩৯
নিজকে নতুন পৃথিৱীত চোৱা
১. ভা-বি চো-ৱা, কি-যে দৃ-শ্য;
যে-তি-য়া আ-মি হʼম প-ৰম-দে-শত।
কে-নে হʼ-ব এই ধ-ৰ-ণী,
চা-ৰি-ও-ফা-লে যে শা-ন্তি-ময়।
যী-চুৰ ৰা-জ্যই ম-চি দি-ব,
স-ক-লো দু-ষ্টক ধ-ৰাৰ প-ৰা;
তে-তি-য়া আ-ৰ-ম্ভ হʼ-ব যাঃৰ ৰা-জ্য,
স-ক-লো মা-ন-ৱে
আ-ন-ন্দ-ৰে গা-ব:
(কোৰাচ)
যি-হো-ৱা, তো-মাক ধ-ন্য-বাদ ক-ৰোঁ!
তু-মি স-ক-লো ক-ৰি-লা ন-তুন।
যি-হো-ৱা, তো-মা-ৰে আ-ছে সেই অ-ধি-কাৰ;
তু-মি-য়ে প্ৰ-শং-সা, স-ন্মান পো-ৱাৰ যো-গ্য!
২. ধ-ৰ-ণী হʼল, আ-কৌ ন-তুন;
চ-কু-লো আ-ৰু বে-দ-না শেষ হʼল।
দু-খৰ ৰা-তিৰ অ-ন্ত প-ৰিল,
শা-ন্ত্ব-না দি-লে আ-মাক যাঃ-য়ে।
স-ক-লো-বোৰ হʼ-ব সঁ-চা;
যি-হো-ৱাই ক-ৰে এই প্ৰ-তি-জ্ঞা।
যী-চুৰ মাত শু-নি সাৰ পাই মৃ-ত-জ-নাই;
পু-ন-ৰাই জী-ৱন পাই
উ-ল্লা-সে-ৰে গা-ব:
(কোৰাচ)
যি-হো-ৱা, তো-মাক ধ-ন্য-বাদ ক-ৰোঁ!
তু-মি স-ক-লো ক-ৰি-লা ন-তুন।
যি-হো-ৱা, তো-মা-ৰে আ-ছে সেই অ-ধি-কাৰ;
তু-মি-য়ে প্ৰ-শং-সা, স-ন্মান পো-ৱাৰ যো-গ্য!
(গীত. ৩৭:১০, ১১; যিচ. ৬৫:১৭; যোহ. ৫:২৮; ২ পিত. ৩:১৩ পদবোৰো চাওক।)