ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | হোচেয়া ৮-১৪
যিহোৱা ঈশ্বৰক উত্তম বলিদান আগবঢ়াওক
১৪:২, ৪, ৯
আপোনাৰ উত্তম বলিদানে যিহোৱা ঈশ্বৰক আনন্দিত কৰিব আৰু আপুনি নিজেও উপকৃত হʼব
যিহোৱা ঈশ্বৰৰ লগত থকা আপোনাৰ সম্পৰ্ক
আপুনি যিহোৱা ঈশ্বৰলৈ স্তুতিৰূপী বলিদান আগবঢ়ায়
যিহোৱা ঈশ্বৰে আপোনাৰ পাপ ক্ষমা কৰে, তেওঁৰ অনুমোদন দিয়ে আৰু তেওঁ নিজৰ বন্ধু হিচাপে গ্ৰহণ কৰে
যিহোৱা ঈশ্বৰৰ আজ্ঞা পালন কৰি আপুনি কিমান উপকৃত হৈছে, আপুনি নিজেই তাৰ অনুভৱ কৰিব পাৰিব আৰু ইয়ে আপোনাক তেওঁক প্ৰশংসা কৰিবলৈ প্ৰেৰণা যোগাব
যিহোৱা ঈশ্বৰক মই কি কি উপায়েৰে উত্তম বলিদান আগবঢ়াব পাৰোঁ?