ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
মোচিৰ নিয়মৰপৰা বুজিব পাৰি যে যিহোৱাই তিৰোতাসকলৰ যত্ন লয়
বিয়াৰ প্ৰথম বছৰত পত্নীয়ে স্বামীৰপৰা আঁতৰি থকাৰ প্ৰয়োজন নাছিল, কিয়নো স্বামীক সৈন্যবাহিনীৰ কোনো কাম দিয়া নহৈছিল (দ্বিতী ২৪:৫; it–২–E ১১৯৬ ¶৪)
বিধৱাসকলৰ বাবে খোৱা-বোৱাৰ ব্যৱস্থা কৰা হৈছিল (দ্বিতী ২৪:১৯-২১; it–১–E ৯৬৩ ¶২)
সন্তান নথকা বিধৱাসকলৰ বাবে সন্তান জন্ম দিয়াৰ ব্যৱস্থা কৰা হৈছিল (দ্বিতী ২৫:৫, ৬; w১১–E ৩/১ ২৩)
নিজকে সোধক, ‘মই নিজৰ পত্নী, ছোৱালী, মাতৃ, ভনী আৰু মণ্ডলীৰ ভনীসকলৰ কেনেকৈ যত্ন লʼব পাৰোঁ?’