ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 নৱেম্বৰ পৃষ্ঠা ৮
  • দুগৰাকী তিৰোতাৰ যোগেদি যিহোৱাই নিজৰ লোকসকলক ৰক্ষা কৰিলে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • দুগৰাকী তিৰোতাৰ যোগেদি যিহোৱাই নিজৰ লোকসকলক ৰক্ষা কৰিলে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • “সিহঁতেৰে সৈতে বিবাহৰ সম্বন্ধ নকৰিবা”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • প্ৰশিক্ষণ দিয়াৰ এটা ভাল উদাহৰণ
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • দুগৰাকী সাহসী তিৰোতা
    বাইবেলৰ কাহিনী
  • নেতৃত্ব লোৱা নতুন ব্যক্তি আৰু দুগৰাকী সাহসী তিৰোতা
    বাইবেলৰ পৰা শিকোঁ আহা
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 নৱেম্বৰ পৃষ্ঠা ৮
ভাববাদীনী দবোৰাই খেজুৰ গছৰ তলত বহি বাৰাকক ঈশ্বৰৰ লোকসকলক ৰক্ষা কৰিবলৈ কৰিবলৈ উৎসাহিত কৰিছে।

ভাববাদীনী দবোৰাই খেজুৰ গছৰ তলত বহি বাৰাকক ঈশ্বৰৰ লোকসকলক ৰক্ষা কৰিবলৈ কৰিবলৈ উৎসাহিত কৰিছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

দুগৰাকী তিৰোতাৰ যোগেদি যিহোৱাই নিজৰ লোকসকলক ৰক্ষা কৰিলে

এজন নিষ্ঠুৰ ৰজাই ইস্ৰায়েলীসকলক বৰ বেয়াকৈ অত্যাচাৰ কৰিলে (বিচা ৪:৩; ৫:৬-৮; w১৫-E ৮/১ ১৩ ¶১)

দবোৰাৰ যোগেদি যিহোৱাই ইস্ৰায়েলীসকলক ৰক্ষা কৰিলে (বিচা ৪:৪-৭; ৫:৭; w১৫-E ৮/১ ১৩ ¶২; বেটুপাতত দিয়া ছবিখন চাওক)

যায়েলৰ যোগেদি যিহোৱাই চীচৰাক হত্যা কৰিলে (বিচা ৪:১৬, ১৭, ২১; w১৫-E ৮/১ ১৫ ¶২)

ছবি: ১.  ভাববাদীনী দবোৰাই খেজুৰ গছৰ তলত বহি বাৰাকক ঈশ্বৰৰ লোকসকলক ৰক্ষা কৰিবলৈ কৰিবলৈ উৎসাহিত কৰিছে। ২. চীচৰা গভীৰ টোপনিত থকাৰ সময়ত যায়েলে হাতত খুটি আৰু হাতুৰী লৈ তেওঁৰ ওচৰলৈ গৈছে।

এই ঘটনাৰপৰা কেনেকৈ জানিব পাৰি যে যিহোৱাই তিৰোতাসকলক সন্মান কৰে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক