জুলাই ২১-২৭
হিতোপদেশ ২৩
গীত নং ৯৭ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)
১. মদ খোৱাৰ বিষয়ে পৰামৰ্শ
(১০ মি.)
যদি আপুনি মদ খাবলৈ নিৰ্ণয় লৈছে, তেনেহʼলে বেছিকৈ নাখাব (হিতো ২৩:২০, ২১; lff পাঠ ৪৩ ভাগ ২)
মনত ৰাখিব বেছিকৈ মদ খালে বেয়া পৰিণাম হয় (হিতো ২৩:২৯, ৩০, ৩৩-৩৫; w২৩.১২ ১৪ ৪)
নিজকে নুভুলাব, বেছিকৈ মদ খালে একো নহʼব যেন লাগিব পাৰে (হিতো ২৩:৩১, ৩২)
২. আধ্যাত্মিক ৰত্ন বিচাৰক
(১০ মি.)
হিতো ২৩:২১—খকুৱা আৰু পেটুৱাৰ মাজত কি পাৰ্থক্য আছে? (w০৪-HI ১১/১ ৩১ ¶২)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?
৩. বাইবেল পাঠ
(৪ মি.) হিতো ২৩:১-২৪ (শিক্ষা অধ্যায় ৫)
৪. কথা-বতৰা আৰম্ভ কৰক
(২ মি.) ৰাজহুৱাভাৱে প্ৰচাৰ। (লোকসকলক প্ৰেম কৰক পাঠ ৩ ভাগ ৫)
৫. পুনৰ লগ কৰক
(৫ মি.) ঘৰে-ঘৰে প্ৰচাৰ। ব্যক্তিজনক জনাওক যে বাইবেল অধ্যয়ন কেনেকৈ কৰা হয়। (লোকসকলক প্ৰেম কৰক পাঠ ৯ ভাগ ৫)
৬. বাইবেল অধ্যয়ন কৰক
(৫ মি.) যিহোৱাই আনন্দিত নোহোৱা কামবোৰ বন্ধ কৰিবলৈ নিজৰ বাইবেল বিদ্যাৰ্থীক উৎসাহিত কৰক। (লোকসকলক প্ৰেম কৰক পাঠ ১২ ভাগ ৪)
গীত নং ৩৫
৭. আলহীক মই মদ দিয়াটো উচিত নে?
(৮ মি.) আলোচনা।
যেতিয়া কোনোবাই কিবা পাৰ্টি ৰাখে, যেনে বিয়াৰ ভোজ, তেতিয়া তেওঁ আলহীক মদ দিয়া উচিত নে? এই নিৰ্ণয় তেওঁ নিজে লʼব লাগিব। কিন্তু ইয়াৰ আগতে তেওঁ বাইবেলৰ সিদ্ধান্ত চালি-জাৰি চোৱা আৰু পৰিস্থিতিও মনত ৰখা উচিত।
আলহীক মই মদ দিয়া উচিত নে? ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:
তলত দিয়া পদবোৰৰ সহায়ত এজন ব্যক্তিয়ে কেনেকৈ নিৰ্ণয় লʼব পাৰে যে তেওঁ আলহীক মদ দিয়া উচিত হয় নে নহয়?
যোহ ২:৯—যীচুৱে এখন বিয়াত পানীক দ্ৰাক্ষাৰসলৈ পৰিৱৰ্তন কৰিছিল।
১কৰি ৬:১০—“মতলীয়া, . . . লোকসকলে ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহʼব।”
১কৰি ১০:৩১, ৩২—“তোমালোকে খোৱা-বোৱা বা যিয়েই কাম নকৰা কিয়, সকলো ঈশ্বৰৰ মহিমাৰ কাৰণে কৰা। তোমালোকে . . . বিশ্বাসৰ পৰা আঁতৰি যোৱাৰ কাৰণ নহʼবা।”
আমি কি কি পৰিস্থিতিৰ বিষয়ে চিন্তা কৰা উচিত?
আমি কিয় নিজৰ “চিন্তা কৰা শক্তি” ব্যৱহাৰ কৰি বাইবেলৰ বেলেগ বেলেগ সিদ্ধান্তৰ মাজত সন্তুলন বজাই ৰখা উচিত?—ৰোম ১২:১; উপ ৭:১৬-১৮
৮. মণ্ডলীৰ প্ৰয়োজনীয়তা
(৭ মি.)
৯. মণ্ডলীৰ বাইবেল অধ্যয়ন
(৩০ মি.) বাইবেলৰ পৰা শিকোঁ পাঠ ২, ভাগ ২-ত কি শিকিম আৰু পাঠ ৩