গীত নং ১৩
খ্ৰীষ্ট, আমাৰ আৰ্হি
- ১. পু-ত্ৰক দি ব-লি-দান, - দি-লে আ-মাক বৰ-দান, - দে-খা-লে যি-হো-ৱাই প্ৰেম আ-মাৰ বা-বে। - যি-হো-ৱাৰ দ-ৰে প্ৰেম, - দে-খা-লে পু-ত্ৰ-য়ে; - জ-ন্ম ল’-লে তেওঁ যে আ-মাৰ বা-বে। 
- ২. আ-ৰ্হি থৈ যী-চু-ৱে, - মা-নি-লে যাঃৰ আ-জ্ঞা, - ক-ৰি-লে স-ক-লো কাম আ-ন-ন্দে-ৰে। - ক’-লে ‘আ-হাৰ যে তেওঁৰ, - প্ৰি-য় পি-তাৰ বা-ক্য,’ - প-ঢ়ি তেওঁ পা-লে জ্ঞান আ-ৰু বু-দ্ধি। 
- ৩. পি-তাৰ ক-ৰোঁ সে-ৱা, - মা-নি চ-লোঁ আ-জ্ঞা, - প-দ-চি-হ্নত আ-মি যী-চুৰ চ-লি থা-কিম। - য-দি হওঁ আ-জ্ঞা-ধীন, - মা-নো আ-দ-ৰ্শ তেওঁৰ, - পাম আ-শীৰ্-বাদ আ-মি চি-ৰ-জী-ৱন। 
(যোহ. ৮:২৯; ইফি. ৫:২; ফিলি. ২:৫-৭ পদবোৰো চাওক।)