ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • sjj গীত ১৩৯
  • নিজকে নতুন পৃথিৱীত চোৱা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নিজকে নতুন পৃথিৱীত চোৱা
  • ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • মিল থকা বিষয়
  • আহা! গাওঁ ৰাজ্যৰ গীত
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • যিহোৱাক মহিমা দিয়া
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • অগ্ৰগামীসকলৰ জীৱন
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • যিহোৱা তোমাৰ নাম
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
আৰু চাওক
ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
sjj গীত ১৩৯

গীত নং ১৩৯

নিজকে নতুন পৃথিৱীত চোৱা

(প্ৰকাশিত বাক্য ২১:১-৫)

  1. ১. ভা-বি চো-ৱা, কি-যে দৃ-শ্য;

    যে-তি-য়া আ-মি হʼম প-ৰম-দে-শত।

    কে-নে হʼ-ব এই ধ-ৰ-ণী,

    চা-ৰি-ও-ফা-লে যে শা-ন্তি-ময়।

    যী-চুৰ ৰা-জ্যই ম-চি দি-ব,

    স-ক-লো দু-ষ্টক ধ-ৰাৰ প-ৰা;

    তে-তি-য়া আ-ৰ-ম্ভ হʼ-ব যাঃৰ ৰা-জ্য,

    স-ক-লো মা-ন-ৱে

    আ-ন-ন্দ-ৰে গা-ব:

    (কোৰাচ)

    যি-হো-ৱা, তো-মাক ধ-ন্য-বাদ ক-ৰোঁ!

    তু-মি স-ক-লো ক-ৰি-লা ন-তুন।

    যি-হো-ৱা, তো-মা-ৰে আ-ছে সেই অ-ধি-কাৰ;

    তু-মি-য়ে প্ৰ-শং-সা, স-ন্মান পো-ৱাৰ যো-গ্য!

  2. ২. ধ-ৰ-ণী হʼল, আ-কৌ ন-তুন;

    চ-কু-লো আ-ৰু বে-দ-না শেষ হʼল।

    দু-খৰ ৰা-তিৰ অ-ন্ত প-ৰিল,

    শা-ন্ত্ব-না দি-লে আ-মাক যাঃ-য়ে।

    স-ক-লো-বোৰ হʼ-ব সঁ-চা;

    যি-হো-ৱাই ক-ৰে এই প্ৰ-তি-জ্ঞা।

    যী-চুৰ মাত শু-নি সাৰ পাই মৃ-ত-জ-নাই;

    পু-ন-ৰাই জী-ৱন পাই

    উ-ল্লা-সে-ৰে গা-ব:

    (কোৰাচ)

    যি-হো-ৱা, তো-মাক ধ-ন্য-বাদ ক-ৰোঁ!

    তু-মি স-ক-লো ক-ৰি-লা ন-তুন।

    যি-হো-ৱা, তো-মা-ৰে আ-ছে সেই অ-ধি-কাৰ;

    তু-মি-য়ে প্ৰ-শং-সা, স-ন্মান পো-ৱাৰ যো-গ্য!

(গীত. ৩৭:১০, ১১; যিচ. ৬৫:১৭; যোহ. ৫:২৮; ২ পিত. ৩:১৩ পদবোৰো চাওক।)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক