গীত নং ৭২
যিহোৱাৰ ৰাজ্যৰ সত্যতাক জনাওঁ
১. চ-লি-ছি-লোঁ এই আ-ন্ধা-ৰত,
না-জা-নি-লোঁ খ্ৰী-ষ্টৰ প-থক।
দি যাঃ-য়ে আ-মাক পো-হৰ,
দি-লে ৰা-জ্যৰ এই সু-খ-বৰ।
যে-তি-য়া বু-জোঁ ই-চ্ছা যাঃৰ,
ক-ৰোঁ কি-দ-ৰে ৰা-জ্যৰ কাম।
কি-দ-ৰে ক-ৰোঁ গুণ-গান,
কে-নে-কৈ ক-ৰোঁ যাঃৰ এই নাম ম-হান।
স-ক-লো-কে ক-ৰোঁ প্ৰ-চাৰ,
যʼ-তে না-পাওঁ লো-কক কি-য়।
শি-কাওঁ এই স-ত্যৰ বি-ষ-য়ে,
পাই তেওঁ যেন পো-হৰ জী-ৱ-নৰ।
বি-চা-ৰোঁ সেই ন-ম্ৰ-জ-নক,
স-ত্যক জা-নি পাই যেন জী-ৱন।
যাঃ-য়ে বি-চ-ৰা-লৈ-কে,
কাম তেওঁৰ ক-ৰি থা-কোঁ এ-কে-ল-গে।
(যিহো. ৯:৯; যিচ. ২৪:১৫; যোহ. ৮:১২, ৩২ পদবোৰো চাওক।)