গীত নং ৩০
যিহোৱা আমাৰ পিতা, ঈশ্বৰ আৰু বন্ধু
১. জী-ৱন মোৰ হয় বৰ ক-ঠিন,
পাওঁ স-দায় দুখ আ-ৰু বে-দ-না।
কি-ন্তু মই কওঁ প্ৰ-তি-দিন,
জী-ৱন ন-হয় ব্য-ৰ্থ।
(কোৰাচ)
জা-নোঁ তেওঁ নে-পা-হ-ৰে,
যি কাম ক-ৰি-লোঁ মই প্ৰে-মে-ৰে।
যাঃ হ’ল বি-শ্বাসী ঈ-শ্বৰ,
মোৰ হাত নে-ৰি-ব কে-তি-য়াও।
হয়, ঈ-শ্বৰ মোৰ প্ৰাণ-দা-তা,
তেওঁ মোৰ ৰ-ক্ষক, গো-টেই জী-ৱ-নৰ।
হয়, যি-হো-ৱা তেওঁ
মোৰ ঈ-শ্বৰ, ব-ন্ধু, পি-তা।
২. হায়! যৌ-ৱ-নৰ দিন যে গ’ল,
বৃ-দ্ধ আ-ৰু দুৰ্-বল হ-লোঁ মই।
নি-ৰাশ য-দিও হওঁ মই,
আ-শাৰ বাট চাওঁ যে ৰৈ।
(কোৰাচ)
জা-নোঁ তেওঁ নে-পা-হ-ৰে,
যি কাম ক-ৰি-লোঁ মই প্ৰে-মে-ৰে।
যাঃ হ’ল বি-শ্বাসী ঈ-শ্বৰ,
মোৰ হাত নে-ৰি-ব কে-তি-য়াও।
হয়, ঈ-শ্বৰ মোৰ প্ৰাণ-দা-তা,
তেওঁ মোৰ ৰ-ক্ষক, গো-টেই জী-ৱ-নৰ।
হয়, যি-হো-ৱা তেওঁ
মোৰ ঈ-শ্বৰ, ব-ন্ধু, পি-তা।
(গীত. ৭১:১৭, ১৮ পদবোৰো চাওক।)