জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
© 2025 Watch Tower Bible and Tract Society of Pennsylvania
জুলাই ৭-১৩
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | হিতোপদেশ ২১
সুখী বিবাহিত জীৱনৰ বাবে ভাল পৰামৰ্শ
ডেটিং কৰাৰ সময়ত ভাবি-চিন্তি নিৰ্ণয় লওক!
১৩ আপুনি কিমান সময়লৈকে ডেটিং কৰা উচিত? খৰ-ধৰকৈ নিৰ্ণয় লʼলে প্ৰায়ে বেয়া পৰিণাম হয়। (হিতো. ২১:৫) সেইবাবে, যেতিয়ালৈকে এজনে-আনজনৰ বিষয়ে ভালদৰে নাজানে, তেতিয়ালৈকে ডেটিং কৰি থাকক। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে আপুনি ডেটিং কৰিয়েই থাকিব আৰু কোনো নিৰ্ণয় নলয়। বাইবেলত লিখা আছে, “আশা-সিদ্ধিৰ পলম হৃদয়ৰ পীড়াজনক।” (হিতো. ১৩:১২) ইয়াৰ উপৰিও যদি বেছি সময়লৈকে ডেটিং কৰি থাকে, তেনেহʼলে যৌন ইচ্ছাক নিয়ন্ত্ৰণ কৰা কঠিন হʼব পাৰে। (১ কৰি. ৭:৯) আপুনি কিমান সময়লৈকে ডেটিং কৰা উচিত তাৰ বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে নিজকে সোধক যে ‘মই বিয়া পাতিম নে নাপাতোঁ, এই নিৰ্ণয় লʼবলৈ মই তেওঁৰ বিষয়ে আৰু কি জনাৰ প্ৰয়োজন আছে।’
নিজকে বৰ বুলি বিবেচনা নকৰিব
৩ স্বামী-স্ত্ৰীয়ে আনন্দত থকাটো যিহোৱাই বিচাৰে। কিন্তু অসিদ্ধতাৰ বাবে তেওঁলোকৰ মাজত কেতিয়াবা কেতিয়াবা মনোমালিন্য হʼব পাৰে। পৌলে লিখিছিল যে বিবাহিত লোকসকলৰ জীৱনত শাৰীৰিক ক্লেশ ঘটিব। (১ কৰি. ৭:২৮) কিছুমান দম্পতীৰ মাজত প্ৰায়ে হাই-কাজিয়া হৈ থাকে আৰু তেওঁলোকে বিবাহ নকৰা হʼলে ভাল আছিল বুলি ভাবে। জগতৰ লোকসকলৰ দৰে তেওঁলোকে বিবাহ-বিচ্ছেদ কৰাটোৱেই ভাল হʼব বুলি ভাবে। তেতিয়াহে তেওঁলোকে আনন্দত থাকিব পাৰিব।
৪ যদি আমাৰ বিবাহিত জীৱনত সমস্যা আহিছে, তেনেহʼলে আমি নিজৰ দায়িত্ব পালন কৰাত বিফল হৈছোঁ বুলি ভবা উচিত নহয় আৰু লগতে বিবাহ-বিচ্ছেদ কৰাৰ বিষয়েও চিন্তা কৰা উচিত নহয়। বাইবেলৰ অনুসৰি কেৱল এটা কাৰণতহে বিবাহ-বিচ্ছেদ কৰিব পাৰি। সেয়া হৈছে, অনৈতিক যৌন সম্পৰ্ক। (মথি ৫: ৩২) গতিকে সমস্যা অহাৰ সময়ত স্বামী-স্ত্ৰীয়ে কেৱল নিজৰ বিষয়ে চিন্তা কৰা উচিত নহয় আৰু এয়া ভবা উচিত নহয় যে ‘তেওঁ মোৰ বিষয়ে চিন্তা নকৰে, তেওঁ মোক প্ৰেম নকৰে, হয়তো মই আন কাৰোবাৰ লগত বেছি আনন্দত থাকিম।’ যদি আমি এইদৰে ভাবোঁ, তেনেহʼলে আমি কেৱল নিজৰ বিষয়ে চিন্তা কৰিছোঁ। জগতৰ লোকসকলেও এইদৰেই চিন্তা কৰে। তেওঁলোকে এইদৰে কয়, “নিজৰ অন্তৰৰ কথা শুনা, তোমাক যি ভাল লাগে তাকে কৰা। যদি বিবাহ-বিচ্ছেদেই সমস্যাৰ সমাধান হয়, তেনেহʼলে বিবাহ-বিচ্ছেদ কৰা।” কিন্তু এনেধৰণৰ চিন্তাধাৰা ঈশ্বৰৰ চিন্তাধাৰাতকৈ সম্পূৰ্ণ পৃথক। বাইবেলে এইদৰে উল্লেখ কৰিছে, “প্ৰতিজনে নিজৰ বিষয়ে নহয়, অন্যৰ বিষয়ে চাওক।” (ফিলি. ২:৪) নিজৰ সংগীক এৰি দিয়াটো যিহোৱাই কেতিয়াও নিবিচাৰে। ইয়াৰ পৰিৱৰ্তে, তেওঁলোকৰ সম্পৰ্ক দৃঢ় কৰিবলৈ চেষ্টা কৰাটো তেওঁ বিচাৰে। (মথি ১৯:৬) আপুনি কেৱল নিজৰ বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে সংগীয়ে কি বিষয়ত আনন্দিত হয়, তাৰ বিষয়ে চিন্তা কৰাটো যিহোৱাই বিচাৰে।
৫ নিজৰ সম্পৰ্ক দৃঢ় কৰিবলৈ স্বামী-স্ত্ৰীয়ে এজনে-আনজনৰ লগত প্ৰেম আৰু সন্মানেৰে ব্যৱহাৰ কৰা উচিত। (ইফিচীয়া ৫:৩৩ পঢ়ক।) বাইবেলে কৈছে যে গ্ৰহণ কৰাতকৈ দান কৰা ধন্য। (পাঁচ. ২০:৩৫) সেইবাবে, স্বামী-স্ত্ৰীয়ে এজনে-আনজনৰপৰা কি পাব পাৰে, তাৰ বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে এজনে-আনজনৰ বাবে কি কৰিব পাৰে, তাৰ বিষয়ে চিন্তা কৰা উচিত। এনে কৰিবলৈ তেওঁলোকক নম্ৰ হʼব লাগিব। যদি স্বামী-স্ত্ৰী নম্ৰ হʼব, তেনেহʼলে তেওঁলোকে ‘নিজৰ হিত নিবিচাৰি, পৰৰ হিত বিচাৰিব।’ (১ কৰি. ১০:২৪) ইয়াৰ উপৰিও, তেওঁলোকে এজনে-আনজনৰ লগত প্ৰেম আৰু সন্মানেৰে ব্যৱহাৰ কৰিব।
w০৬ ১০/১ ১৫ ¶১৩
‘अपनी जवानी की पत्नी के साथ आनन्दित रहिए’
13 अगर पति-पत्नी एक-दूसरे के साथ ठीक तरह से बर्ताव नहीं करते और इस वजह से उनके रिश्ते में दरार पैदा हो गयी है, तब क्या? इस समस्या का हल ढूँढ़ निकालने के लिए मेहनत की ज़रूरत है। हो सकता है, उनकी शादीशुदा ज़िंदगी में एक-दूसरे को शब्दों के नश्तर चुभाना उनके लिए रोज़ की बात बन गयी है। (नीतिवचन 12:18) जैसे कि हमने पिछले लेख में देखा, ऐसी बातों का भयानक अंजाम हो सकता है। बाइबल का एक नीतिवचन कहता है: “झगड़ालू और चिढ़नेवाली पत्नी के संग रहने से जंगल में रहना उत्तम है।” (नीतिवचन 21:19) अगर आप एक पत्नी हैं और आपके परिवार का माहौल भी कुछ ऐसा ही है, तो खुद से पूछिए: ‘क्या मेरे स्वभाव की वजह से मेरे पति का जीना दूभर हो गया है?’ बाइबल पतियों से कहती है: “अपनी अपनी पत्नी से प्रेम रखो, और उन से कठोरता न करो।” (कुलुस्सियों 3:19) अगर आप एक पति हैं, तो खुद से पूछिए: ‘क्या मैं अपनी पत्नी को प्यार और हमदर्दी जताने से चूक जाता हूँ, जिस वजह से वह कहीं और प्यार का आसरा ढूँढ़ने के लिए मजबूर हो जाती है?’ यह बात सच है कि लैंगिक अनैतिकता को किसी भी हाल में जायज़ नहीं ठहराया जा सकता। मगर यह भी सच है कि पति-पत्नी के रिश्ते पर ऐसा कहर टूट सकता है। ऐसी नौबत न आए इसके लिए पति-पत्नी को खुलकर आपसी समस्याओं के बारे में बातचीत करनी चाहिए।
আধ্যাত্মিক ৰত্ন বিচাৰক
ঈশ্বৰৰ ৰাজ্য বাস্তৱিকতালৈ পৰিণত হোৱাৰ পূৰ্বাভাস
৯ তেওঁ এতিয়া মানুহে ভবাৰ দৰে গাধৰ পিঠিত বহি থকা নাই কিন্তু শক্তিশালী ৰজা হিচাপে কাৰ্য্য সম্পন্ন কৰিছে। বাইবেলত তেওঁক ঘোঁৰাৰ পিঠিত বহি যুদ্ধৰ বাবে সাজু থকা বুলি বৰ্ণনা কৰিছে। (হিতোপদেশ ২১:৩১) আনকি এই বিষয়ে প্ৰকাশিত বাক্য ৬:২ পদত এইদৰে কৈছে: “মই চাই এটা বগা ঘোঁৰা দেখিলোঁ, আৰু তাৰ ওপৰত উঠা জনাৰ হাতত ধনু আছিল; আৰু তেওঁক এটা কিৰীটি দিয়া হল; তাতে তেওঁ জয় কৰি কৰি, আৰু জয় কৰিবলৈ ওলাই গল।” (প্ৰকাশিত বাক্য ৬:২) তদুপৰি যীচুৰ বিষয়ে গীতমালা ৰচোঁতাজনে এইদৰে কৈছিল: “যিহোৱাই তোমাৰ পৰাক্ৰমৰ দণ্ড চিয়োনৰ পৰা পঠাই দি কব, ‘তুমি তোমাৰ শত্ৰুবোৰৰ মাজত ৰাজ্য শাসন কৰা।’”—গীত ১১০:২.
জুলাই ১৪-২০
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | হিতোপদেশ ২২
লʼৰা-ছোৱালীক ডাঙৰ-দীঘল কৰাৰ বিষয়ে ভাল পৰামৰ্শ
আপোনাৰ সন্তানে ডাঙৰ হৈ ঈশ্বৰৰ সেৱা কৰিবনে?
৭ যদি আপোনালোকে বিবাহিত হয় আৰু সন্তান হোৱাটো বিচাৰে, তেনেহʼলে নিজকে সোধক: ‘আমি নম্ৰ আৰু আধ্যাত্মিক ব্যক্তি হয়নে আৰু সন্তানক আমি ভালদৰে চোৱা-চিতা কৰিব পাৰিম বুলি যিহোৱাই আমাৰ ওপৰত ভৰসা কৰিব পাৰিবনে?’ (গীত. ১২৭:৩, ৪) যদি আপোনালোকৰ সন্তান আছে, তেনেহʼলে নিজকে সোধক: ‘পৰিশ্ৰম কৰাটো ভাল হয় বুলি মই নিজৰ সন্তানক শিকাওঁনে?’ (উপ. ৩:১২, ১৩) ‘মই নিজৰ সন্তানক চয়তানৰ জগতৰপৰা ৰক্ষা কৰোঁনে?’ (হিতো. ২২:৩) এই কথা মনত ৰাখক যে জীৱনত আহিবলগীয়া সকলো সমস্যাৰপৰা আপুনি সন্তানক ৰক্ষা কৰিব নোৱাৰে। কিন্তু আপুনি তেওঁলোকক শিকাব পাৰে যে তেওঁলোকে কেনেকৈ বাইবেলৰ পৰামৰ্শ পালন কৰি সমস্যাৰ সন্মুখীন হʼব পাৰে? (হিতোপদেশ ২:১-৬ পঢ়ক।) যেতিয়া পৰিয়ালৰ কোনো সদস্যই সত্য এৰি দিয়ে, তেতিয়া সমস্যা আহিব পাৰে। এই ক্ষেত্ৰত নিজৰ সন্তানক ঈশ্বৰৰ বাক্যৰপৰা শিকাওক যে এনে পৰিস্থিতিত যিহোৱাৰ বিশ্বাসী হৈ থকাটো কিয় প্ৰয়োজন। (গীত. ৩১:২৩) অথবা পৰিয়ালৰ কোনো সদস্যৰ মৃত্যু হʼলে সন্তানৰ বাবে দুখ সহন কৰাটো কঠিন হʼব পাৰে। এনে পৰিস্থিতিত লʼৰা-ছোৱালীক এনে পদ দেখুৱাওক, যাৰপৰা তেওঁলোকে দুখ সহন কৰিব পাৰে।—২ কৰি. ১:৩, ৪; ২ তীম. ৩:১৬, ১৭.
w১৯.১২ ২৬ ¶১৭-১৯
माता-पिताओ—बच्चों को यहोवा से प्यार करना सिखाइए
17 छुटपन से ही बच्चों को सिखाइए। आप अपने बच्चे को जितनी कम उम्र से सिखाना शुरू करेंगे, उतना अच्छा होगा। (नीति. 22:6) तीमुथियुस के बारे में सोचिए जो बड़े होने के बाद प्रेषित पौलुस के साथ मंडलियों का दौरा करने गया। वह कैसे इस काबिल बन सका? तीमुथियुस की माँ यूनीके और उसकी नानी लोइस ने उसे तब से सिखाना शुरू किया था, जब वह “एक शिशु था।”—2 तीमु. 1:5; 3:15.
18 कोटे डी आइवरी में रहनेवाले शॉन-क्लॉड और पीस नाम के एक पति-पत्नी ने इस मामले में अच्छी मिसाल रखी। उन्होंने यहोवा से प्यार करने और उसकी सेवा करने में अपने छ: बच्चों की मदद की। आखिर वे ऐसा कैसे कर पाएँ? उन्हें यूनीके और लोइस की मिसाल से काफी मदद मिली। वे बताते हैं, “हमने अपने बच्चों को छुटपन से ही परमेश्वर के वचन के बारे में सिखाना शुरू कर दिया था, यानी उनके पैदा होने के तुरंत बाद।”—व्यव. 6:6, 7.
19 परमेश्वर का वचन बच्चों के ‘मन में बिठाने’ का क्या मतलब है? इसका मतलब है, “कोई बात सिखाना और बार-बार उसे दोहराकर बच्चों के मन पर मानो छाप देना।” ऐसा करने के लिए ज़रूरी है कि माता-पिता नियमित तौर पर समय निकालकर अपने बच्चों को सिखाएँ। हो सकता है, कभी-कभी माँ-बाप बच्चों को एक ही बात बताते-बताते परेशान हो जाएँ। फिर भी अगर वे कोशिश करते रहें, तो वे परमेश्वर का वचन समझने और उसके मुताबिक चलने में अपने बच्चों की मदद कर रहे होंगे।
w০৬ ৪/১ ৯-১০ ¶৪
माता-पिताओ—अपने बच्चों के लिए एक बढ़िया आदर्श बनिए
आम तौर पर बच्चे नादान होते हैं, मगर कुछ ज़िद्दी बन सकते हैं और कुछ में तो गलत रास्ते पर जाने का रुझान भी हो सकता है। (उत्पत्ति 8:21) ऐसे में माता-पिता क्या कर सकते हैं? बाइबल कहती है: “लड़के के मन में मूढ़ता बन्धी रहती है, परन्तु छड़ी की ताड़ना के द्वारा वह उस से दूर की जाती है।” (नीतिवचन 22:15) कुछ लोगों का मानना है कि बच्चों को छड़ी से मारना बेरहमी है और अनुशासन देने का एक दकियानूसी तरीका है। दरअसल बाइबल भी मारने-कूटने और गाली-गलौज करने की निंदा करती है। हालाँकि बाइबल में कभी-कभी “छड़ी” का मतलब पिटाई करना है, मगर कई बार माता-पिता के अधिकार को दर्शाने के लिए “छड़ी” शब्द का इस्तेमाल किया जाता है। जब माता-पिता इस अधिकार का सही इस्तेमाल करते हैं, यानी अपने बच्चों को प्यार से अनुशासन देते हैं और सख्ती भी बरतते हैं तो इससे बच्चों को हमेशा के फायदे मिलते हैं।—इब्रानियों 12:7-11.
আধ্যাত্মিক ৰত্ন বিচাৰক
যিহোৱাৰ সেৱাত যি কৰিব পাৰিছে, তাতে আনন্দিত হওক
১১ দ্বিতীয়জন দাসৰ দৰে আমিও প্ৰতিটো কাম মনে-প্ৰাণে কৰা উচিত। বিশেষকৈ আমি প্ৰচাৰ কাম ‘মনোযোগেৰে’ কৰা উচিত আৰু মণ্ডলীত আমাক যিয়ে কাম দিয়ে, সেই কাম আমি সময় মতে আৰু ভালদৰে কৰা উচিত। (পাঁচ. ১৮:৫; ইব্ৰী ১০:২৪, ২৫) আমি কোনো কামক সৰু বুলি ভবা উচিত নহয়। ইয়াৰ উপৰিও সভাবোৰত উত্তৰ দিবলৈ আৰু আমাক যি বিদ্যাৰ্থী ভাগ দিয়া হয়, সেই ভাগ আমি ভালদৰে তৈয়াৰী কৰা উচিত। (হিতো. ২২:২৯) যদি আমি যিহোৱাৰ সেৱাত পৰিশ্ৰম কৰোঁ, তেনেহʼলে তেওঁৰ লগত আমাৰ বন্ধুত্ব আৰু ঘনিষ্ট হʼব আৰু আমি আনন্দও লাভ কৰিম। (গালা. ৬:৪) ইয়াৰ উপৰিও আমি কোনো এটা দায়িত্ব লাভ কৰিবলৈ বিচাৰিছিলোঁ, কিন্তু সেই দায়িত্ব যদি আনে লাভ কৰে, তেন্তে সেইসময়তো আমি আনন্দিত হʼম।—ৰোম. ১২:১৫; গালা. ৫:২৬.
জুলাই ২১-২৭
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | হিতোপদেশ ২৩
মদ খোৱাৰ বিষয়ে পৰামৰ্শ
মদ খোৱাৰ বিষয়ে বাইবেলত কি লিখা আছে?
২. মদ খোৱাৰ বিষয়ে বাইবেলে কি পৰামৰ্শ দিছে?
বাইবেলত এইদৰে লিখা আছে, “যিবোৰে অপৰিমিতৰূপে দ্ৰাক্ষাৰস পান কৰে . . . সিহঁতৰ সঙ্গী নহবা।” (হিতোপদেশ ২৩:২০) বেছিকৈ মদ খোৱা আৰু মদ খাই মতলীয়া হোৱাটোক যিহোৱাই ভাল নাপায়। (গালাতীয়া ৫:২১) সেইবাবে, আমি বেছিকৈ মদ খোৱা উচিত নহয়। কিয়নো বেছিকৈ মদ খালে আমি ভালদৰে চিন্তা কৰিব নোৱাৰিম, নিজৰ কাম আৰু কথাত নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিম আৰু ইয়াৰ বাবে আমাৰ শৰীৰৰো ক্ষতি হʼব পাৰে। আমি অকলে মদ খোৱাৰ সময়তো এই কথাবোৰ মনত ৰখা উচিত। যদি আমি নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ, তেনেহʼলে মদ নোখোৱাই ভাল হʼব।
মদৰ বিষয়ে যিহোৱাৰ দৃষ্টিভংগী
কিন্তু ঈশ্বৰে এই বিষয়ে আমাক ভাল পৰামৰ্শ দিছে। যেনে, তেওঁ কৈছে যে বেছিকৈ মদ খালে তাৰ কি বেয়া পৰিণাম হʼব পাৰে। হিতোপদেশ ২৩:২৯-৩৫ পদত স্পষ্টকৈ কোৱা হৈছে যে যিসকল লোকে মদৰ নিচাত থাকে, সেই লোকসকলৰ অৱস্থা কি হয়। যিসকল লোকে বেছিকৈ মদ খাই, তেওঁলোকৰ কি কি সমস্যা হʼব পাৰে। ইউৰোপত থকা এজন প্ৰাচীন ভাই দানিয়েলৰ উদাহৰণলৈ মন কৰক। সত্যত অহাৰ আগতে তেওঁৰ জীৱন কেনেকৈ আছিল তাৰ বিষয়ে তেওঁ এইদৰে কৈছে, “মই বহুত বেছিকৈ মদ খাইছিলোঁ আৰু ইয়াৰ বাবে মই বহুতো ভুল নিৰ্ণয় লʼলোঁ। ইয়াৰ কাৰণে মোৰ ওপৰত কি কি সমস্যা আহিল, তাক মই শব্দেৰে প্ৰকাশ কৰিব নোৱাৰোঁ। আজিও সেই কথাবোৰ মনত পৰিলে মই নিৰাশ হৈ পৰোঁ।”
আধ্যাত্মিক ৰত্ন বিচাৰক
পাঠকসকলৰ প্ৰশ্ন
উদাহৰণস্বৰূপে, পেটুৱা খকুৱা লোকৰ এটা চিন হʼব পাৰে, কিন্তু সকলো পেটুৱা লোক খকুৱা নহʼবও পাৰে। বেমাৰৰ বাবে এজন ব্যক্তিৰ ওজন বাঢ়িব পাৰে বা বংশগতভাৱে এয়া লাভ কৰিব পাৰে। আমি মনত ৰখা উচিত যে পেটুৱা হোৱাটো শৰীৰৰ সমস্যা হয়, কিন্তু এজন ব্যক্তি নিজৰ চিন্তা বা মগজুৰ বাবে খকুৱা হয়। “শৰীৰত অতিপাত চৰ্বী জমা হোৱাক” পেটুৱা বুলি কোৱা হয়, আনহাতে “লুভীয়া মানুহৰ দৰে বেছিকৈ খোৱাকে” খকুৱা বোলে। এজন ব্যক্তি খকুৱা হয় নে নহয়, এয়া তেওঁৰ ওজনৰ ওপৰত নিৰ্ভৰ নকৰে, তাৰ পৰিৱৰ্তে খোৱা বস্তুৰ প্ৰতি তেওঁৰ দৃষ্টিভংগীৰ ওপৰতহে নিৰ্ভৰ কৰে। এজন ব্যক্তি ওজনত কম বা ক্ষীন হোৱাৰ সত্বেও খকুৱা হʼব পাৰে। পৃথিৱীৰ বেলেগ বেলেগ এলেকাত এজন ব্যক্তিৰ ওজন আৰু আকাৰ কেনেকুৱা হোৱা উচিত, লোকসকলৰ প্ৰতি ইয়াৰ মন্তব্যও বেলেগ বেলেগ।
জুলাই ২৮–আগষ্ট ৩
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | হিতোপদেশ ২৪
সমস্যাৰ সন্মুখীন হʼবলৈ নিজকে মজবুত কৰক
‘থিৰ আৰু অলৰ হৈ থাকাʼ
১৫ ঈশ্বৰৰ বাক্য অধ্যয়ন কৰক আৰু তাৰ ওপৰত মনন কৰক। যদি এজোপা গছৰ শিপা মজবুত থাকে, তেনেহʼলে গছ জোপাও মজবুত হৈ থিৰে থাকিব পাৰিব। ঠিক সেইদৰে ঈশ্বৰৰ ওপৰত আমাৰ মজবুত বিশ্বাস থাকিলে আমি থিৰে থাকিব পাৰিম। গছ জোপা বাঢ়িবলৈ ধৰাৰ লগে লগে তাৰ শিপাবোৰ আৰু ভিতৰলৈ যায় আৰু সকলো ফালে বিয়পি পৰে। আমি ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিলে আৰু তাৰ ওপৰত মনন কৰিলে আমাৰ বিশ্বাস আৰু বাঢ়িবলৈ ধৰে। আমাৰ বিশ্বাস আৰু দৃঢ় হয় যে ঈশ্বৰে দেখুৱা পথত চলিলেহে আমাৰ লাভ হʼব। (কল. ২:৬, ৭) চিন্তা কৰকচোন, অতীতত যিহোৱাই নিজৰ লোকসকলক কেনেকৈ নিৰ্দেশনা দিছিল, পথ দেখুৱাইছিল, ৰক্ষা কৰিছিল আৰু ইয়াৰ পৰা তেওঁলোকৰ কি লাভ হৈছিল। উদাহৰণস্বৰূপে, যেতিয়া এজন স্বৰ্গদূতে যিহিষ্কেলক দৰ্শনত দেখুৱা মন্দিৰৰ জোখ লৈ আছিল, তেতিয়া যিহিষ্কেলে বহুত মনোযোগেৰে সেইবোৰ চাই আছিল। এই দৰ্শনৰ পৰা যিহিষ্কেলৰ বিশ্বাস মজবুত হʼল। ইয়াৰ পৰা আমি শিকোঁ যে আমি শুদ্ধ উপাসনাৰ বিষয়ে যিহোৱাৰ মানদণ্ড অনুসৰি কেনেকৈ চলা উচিত। (যিহি. ৪০:১-৪; ৪৩:১০-১২) আমি ঈশ্বৰৰ বাক্যত লিখা গভীৰ কথাবোৰৰ বিষয়ে অধ্যয়ন কৰিলে আৰু তাৰ ওপৰত মনন কৰিলে প্ৰাচীন সময়ৰ সেৱকসকলৰ দৰে আমাৰো লাভ হʼব।
সমস্যাৰ সময়ত যিহোৱাই আপোনাক চম্ভালিব
৯ আমি কি কৰিব লাগিব? যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ ভাৱনাই আপোনাৰ ওপৰত প্ৰভাৱ পেলাই আছে, তেনেহʼলে নিয়মীয়াকৈ প্ৰাৰ্থনা কৰিবলৈ, সভাত যাবলৈ আৰু প্ৰচাৰ কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰক। আপুনি আগতে যিমান কৰিব পাৰিছিল এতিয়া হয়তো সিমান কৰিব পৰা নাই, কিন্তু মনত ৰাখক যিহোৱাই আমাৰ পৰা এনে একো আশা নকৰে, যি আমি কৰিব নোৱাৰোঁ। (লূক ২১:১-৪ পদৰ লগত তুলনা কৰক।) ব্যক্তিগত অধ্যয়ন আৰু মনন কৰিবলৈও সময় নিৰ্ধাৰণ কৰক। কিয়নো যিহোৱাই নিজৰ সংগঠনৰ যোগেদি বাইবেল আধাৰিত বহুতো তথ্য উপলব্ধ কৰাইছে, যাৰ সহায়ত আমি এই ধুমুহাত নিজকে চম্ভালিব পাৰিম। আপোনাক যি তথ্যৰ প্ৰয়োজন আছে, সেইবোৰ আপুনি যিহোৱাৰ সাক্ষীসকলৰ বাবে অনুসন্ধান গাইড (হিন্দী) আৰু JW লাইব্ৰেৰী এপত অনুসন্ধান কৰি বিচাৰি পাব পাৰে। ভনী মনিকাৰ উদাহৰণলৈ আকৌ মন কৰক। তাইৰ ভাৱনাই তাইৰ ওপৰত প্ৰভাৱ পেলাইছে বুলি যেতিয়া তাইৰ অনুভৱ হৈছিল, তেতিয়া তাই অনুসন্ধান কৰিছিল। যেনে, কেতিয়াবা তাই “খং” শব্দ টাইপ কৰিছিল, কেতিয়াবা “বিশ্বাসঘাত” আৰু কেতিয়াবা “বিশ্বাসী।” তাৰ পাছত যেতিয়ালৈকে তাই শান্ত্বনা পোৱা নাছিল, তেতিয়ালৈকে সেই বিষয়বোৰৰ লেখ পঢ়িছিল। তাই এইদৰে কৈছে, “যেতিয়া মই অনুসন্ধান কৰিবলৈ বহোঁ, তেতিয়া মই চিন্তিত হৈ পৰিছিলোঁ আৰু যিকোনো শব্দ টাইপ কৰি দিছিলোঁ। কিন্তু কিছু সময়ৰ পাছত মোৰ মন শান্ত হৈ পৰিছিল আৰু মোৰ এনে লাগিছিল যেন যিহোৱাই মোক মৰমেৰে সাৱটি ধৰিছে। পঢ়ি থাকোঁতে মোৰ অনুভৱ হৈছিল যে যিহোৱাই মোৰ ভাৱনাক বুজি পাই আৰু তেওঁ মোক সহায় কৰি আছে।” যিহোৱাৰ সহায়ত আপুনি নিজৰ ভাৱনাক নিয়ন্ত্ৰণ কৰিব পাৰিব আৰু আপোনাৰ মন শান্ত হৈ থাকিব।—গীত. ১১৯:১৪৩, ১৪৪.
পাঠকসকলৰ প্ৰশ্ন
হিতোপদেশ ২৪:১৬ পদত লিখা আছে, “ধাৰ্ম্মিক লোক সাত বাৰ পৰিও আকৌ উঠে।” ইয়াৰ অৰ্থ এয়া নেকি যে এজন ব্যক্তিয়ে বাৰে বাৰে পাপ কৰিলেও ঈশ্বৰে তেওঁক ক্ষমা কৰি দিব?
এই পদত ‘পৰি’ যোৱাৰ অৰ্থ পাপ কৰা নহয়। ইয়াৰ অৰ্থ হৈছে এজন ধাৰ্ম্মিক ব্যক্তিয়ে বাৰে বাৰে সমস্যাৰ সন্মুখীন হোৱাৰ সত্ত্বেও নিজকে চম্ভালি লোৱা। এই অৰ্থত তেওঁ পৰিও পুনৰ উঠিব।
এই সকলো কথাৰপৰা স্পষ্টৰূপে বুজিব পাৰি যে হিতোপদেশ ২৪:১৬ পদত পাপ কৰাৰ কথা উল্লেখ নাই। ইয়াৰ অৰ্থ হৈছে, এজন ব্যক্তিৰ জীৱনত ডাঙৰ ডাঙৰ সমস্যা, দুখ-কষ্ট আহিব পাৰে আৰু এয়া কেইবাবাৰো আহিব পাৰে। হয়তো দুষ্ট জগতত তেওঁ কোনো বেমাৰ বা সমস্যাৰ সন্মুখীন হʼব পাৰে। অথবা যিহোৱাৰ উপাসনা কৰাৰ বাবে চৰকাৰে তেওঁৰ ওপৰত তাড়না দিয়ে। কিন্তু তেওঁ ভৰসা ৰাখিব পাৰে যে যিহোৱাই তেওঁক সহায় কৰিব আৰু সেইবোৰ তেওঁ পাৰ কৰিব পাৰিব। আমি নিজেই দেখিছোঁ যে ঈশ্বৰৰ সেৱকসকলে বহুতো সমস্যাৰ সন্মুখীন হয়। কিন্তু পাছত সকলো ঠিক হৈ যায়। আমি এই কথাৰ ওপৰত ভৰসা ৰাখিব পাৰোঁ যে “যিহোৱাই পৰিব লগীয়া সকলোকে ধৰি ৰাখে; দুৰৱস্থাত থকাবিলাকক তেওঁ সু-অৱস্থালৈ আনে।”—গীত. ৪১:১-৩; ১৪৫:১৪-১৯.
আধ্যাত্মিক ৰত্ন বিচাৰক
w০৯ ১০/১৫ ১২
পাঠকসকলৰ প্ৰশ্ন
বাইবেলৰ সময়ছোৱাত যদি এজন ব্যক্তিয়ে ‘ঘৰ-বাৰী’ পাতিব বিচাৰে অৰ্থাৎ বিয়া পাতি সংহাৰ গঢ়িব বিচাৰে, তেনেহʼলে তেওঁ নিজকে সোধা উচিত যে ‘মই নিজৰ পত্নী আৰু ভৱিষ্যতে যদি লʼৰা-ছোৱালী হয়, তেনেহʼলে তেওঁলোকৰ দায়িত্ব লʼবলৈ সাজু নে?’ বিয়া পতাৰ আগতে তেওঁ কাম কৰিব লাগিছিল। তেওঁ খেতি কৰি শস্য উৎপাদন কৰিব লাগিছিল। সেইবাবে, টুডেচ ইংলিচ ভাৰচনে স্পষ্টকৈ কয় যে “যেতিয়ালৈকে তোমাৰ খেতি তৈয়াৰ নহয় আৰু তোমাৰ বিশ্বাস নহয় যে তুমি এই দায়িত্ববোৰ লʼবলৈ সাজু আছা, তেতিয়ালৈকে ঘৰ-বাৰী নাসাজিবা আৰু বিয়া নাপাতিবা।” এই সিদ্ধান্ত আজিও ব্যৱহাৰ হয় নে?
হয়। যি মানুহে বিয়া পাতিব বিচাৰে, তেওঁ আহিবলগীয়া দায়িত্ব পূৰ কৰিবলৈ ভালদৰে প্ৰস্তুতি কৰা উচিত। যদি তেওঁৰ পৰিস্থিতিয়ে অনুমতি দিয়ে, তেনেহʼলে তেওঁ কাম কৰিবই লাগে। নিজৰ পৰিয়ালৰ চোৱা-চিতা কৰিবলৈ কেৱল আহাৰ, কাপোৰ আৰু ঘৰৰ নিচিনা প্ৰয়োজনীয় বস্তুবোৰ পূৰ কৰাই যথেষ্ট নহয়। ঈশ্বৰৰ বাক্যত কোৱা হৈছে, যিজন ব্যক্তিয়ে নিজৰ পৰিয়ালৰ চোৱা-চিতা নকৰে, তেওঁলোকক প্ৰেম নকৰে, তেওঁলোকৰ ভাৱনাৰ প্ৰতি ধ্যান নিদিয়ে আৰু ঈশ্বৰৰ লগত থকা তেওঁলোকৰ সম্পৰ্ক মজবুত কৰিবলৈ সহায় নকৰে, তেওঁ বিশ্বাস নকৰা লোকতকৈও বেয়া। (১তীম ৫:৮) নিজৰ বিয়াৰ প্ৰস্তুতি কৰাৰ আগতে এজন মানুহে নিজকে এনেধৰণৰ প্ৰশ্ন সুধিব পাৰে: ‘মই ইমান টকা-পইচা অৰ্জন কৰোঁ নে যাৰ পৰা মই নিজৰ পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰ কৰিব পাৰোঁ? মই উপাসনাৰ ক্ষেত্ৰত নিজৰ পৰিয়ালক সহায় কৰিবলৈ সাজু আছোঁ নে? মই নিজৰ পত্নী আৰু লʼৰা-ছোৱালীৰ লগত নিয়মীয়াকৈ বাইবেল অধ্যয়ন চলোৱাৰ দায়িত্ব পূৰ কৰিব পাৰিম নে?’ ঈশ্বৰৰ বাক্যই এই গুৰুত্বপূৰ্ণ দায়িত্ব পূৰ কৰিবলৈ উৎসাহিত কৰে।—দ্বিতীয় বিবৰণ ৬:৬-৮; ইফিচীয়া ৬:৪.
যি ডেকা ব্যক্তিয়ে বিয়া পাতিব বিচাৰে, তেওঁ হিতোপদেশ ২৪:২৭ পদত দিয়া সিদ্ধান্তৰ ওপৰত ধ্যান দিয়া উচিত। ঠিক সেইদৰে এজনী যুৱতীয়ে নিজকে এই প্ৰশ্ন সুধিব পাৰে, মই এগৰাকী পত্নী আৰু মাৰ দায়িত্ব পূৰ কৰিবলৈ সাজু আছোঁ নে? যদি এহাল দম্পতীয়ে লʼৰা-ছোৱালী কৰিব বিচাৰে, তেনেহʼলে তেওঁলোকে নিজকে সুধিব পাৰে, আমি পিতৃ-মাতৃৰ দায়িত্ব ভালদৰে পূৰ কৰিব পাৰিম নে? (লূক ১৪:২৮) ঈশ্বৰৰ এই পৰামৰ্শৰ অনুসৰি জীৱন-যাপন কৰিলে, তেওঁৰ লোকসকলে বিভিন্ন ধৰণৰ দুখৰ পৰা বাচিব পাৰিব আৰু এক আনন্দময় জীৱন-যাপন কৰিব পাৰিব।
আগষ্ট ৪-১০
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | হিতোপদেশ ২৫
কথা কোৱাৰ ভাল পৰামৰ্শ
w১৫ ১২/১৫ ১৯ ¶৬-৭
अपनी ज़बान से दूसरों की भलाई करें
6 नीतिवचन 25:11 में सही समय पर बोलने की अहमियत के बारे में बताया गया है। वहाँ लिखा है, “जैसे चाँदी की टोकरियों में सोने के सेब हों, वैसा ही ठीक समय पर कहा हुआ वचन होता है।” सुनहरे सेब बहुत सुंदर होते हैं, लेकिन ये सेब तब और भी ज़्यादा सुंदर दिखते हैं जब उन्हें चाँदी की टोकरियों में रखा जाता है। उसी तरह, किसी से कुछ कहने के लिए हमारे पास भी शायद कुछ अच्छी बातें हों। लेकिन अगर हम उसे सही समय पर बोलें, तो हम उस व्यक्ति की और भी ज़्यादा मदद कर पाएँगे। यह हम कैसे कर सकते हैं?
7 अगर हम गलत समय पर बोलें, तो लोगों को शायद हमारी बात समझ में न आए या हो सकता है वे हमारी बात न मानें। (नीतिवचन 15:23 पढ़िए।) उदाहरण के लिए, मार्च 2011 में आए एक भूकंप और सुनामी से पूर्वी जापान के कई शहर तबाह हो गए। पंद्रह हज़ार से भी ज़्यादा लोगों की मौत हो गयी। हालाँकि कई यहोवा के साक्षियों ने अपने परिवार और दोस्तों को खोया था, लेकिन वे बाइबल से उन लोगों की मदद करना चाहते थे जो उनके जैसे हालात में थे। लेकिन वे यह भी जानते थे कि उस देश में बहुत से लोग बौद्ध धर्म को मानते हैं और बाइबल के बारे में बहुत कम जानते हैं। इसलिए भाइयों ने उस समय लोगों को पुनरुत्थान के बारे में बताने के बजाय उन्हें दिलासा दिया और यह भी समझाया कि अच्छे लोगों के साथ बुरा क्यों होता है।
w১৫ ১২/১৫ ২১-২২ ¶১৫-১৬
अपनी ज़बान से दूसरों की भलाई करें
15 जितना यह मायने रखता है कि हम दूसरों से क्या बात करते हैं, उतना ही यह मायने रखता है कि हम कैसे बात करते हैं। लोग यीशु की बातें सुनना पसंद करते थे क्योंकि वह उनसे बहुत ही प्यार से और नम्रता से बात करता था या ‘दिल जीतनेवाली बातें’ करता था। (लूका 4:22) उसी तरह, जब हम दूसरों से नम्रता से बात करते हैं, तो लोग हमारी बात सुनना और भी पसंद करेंगे और हमारी बात मान भी लेंगे। (नीति. 25:15) अगर हमारे दिल में दूसरों के लिए इज़्ज़त होगी और हमें उनकी भावनाओं का खयाल होगा, तो हम उनसे प्यार से बात करेंगे। यीशु ने भी यही किया। जब उसने देखा कि कैसे एक भीड़ उसकी बातें सुनने के लिए जद्दोजेहद कर रही है, तो वह उन्हें देखकर तड़प उठा और “उन्हें बहुत-सी बातें सिखाने लगा।” (मर. 6:34) और जब लोगों ने उसका अपमान किया, तब भी यीशु ने बदले में उनकी बेइज़्ज़ती नहीं की।—1 पत. 2:23.
16 हालाँकि हम अपने परिवारवालों से और दोस्तों से प्यार करते हैं, पर हम शायद उनसे रुखाई से बात करें क्योंकि हम उन्हें अच्छी तरह जानते हैं। हम शायद सोचें कि उनसे बात करते वक्त हमें ज़्यादा सोचने की ज़रूरत नहीं है। लेकिन जब यीशु अपने दोस्तों से बात करता था, तब उसने कभी-भी उनसे रुखाई से बात नहीं की। जब उसके कुछ चेलों ने बहस की कि उनमें सबसे बड़ा कौन है, तो यीशु ने उन्हें बड़े प्यार से सुधारा। उसने एक छोटे बच्चे की मिसाल देकर उन्हें समझाया और उन्हें अपनी सोच सुधारने में मदद दी। (मर. 9:33-37) प्राचीन भी यीशु की मिसाल पर चलकर दूसरों को प्यार से सलाह दे सकते हैं।—गला. 6:1.
w৯৫ ৪/১ ১৭ ¶৮
प्रेम और भले कार्यों में उत्साहित करना—कैसे?
8 अपने परमेश्वर की सेवा करने में, हम सभी एक दूसरे को उदाहरण के द्वारा उत्साहित कर सकते हैं। निश्चय ही यीशु ने अपने सुननेवालों को उत्साहित किया। वह मसीही सेवकाई के काम से प्रेम करता था और उसने सेवकाई को उन्नत किया। उसने कहा कि वह उसके लिए भोजन के समान थी। (यूहन्ना 4:34; रोमियों 11:13) ऐसा उत्साह फैलनेवाला हो सकता है। उसी तरह, क्या हम सेवकाई में अपनी ख़ुशी को दूसरों पर प्रकट कर सकते हैं? सावधानीपूर्वक एक शेख़ीबाज़ लहज़े को टालते हुए, कलीसिया में दूसरों के साथ अपने अच्छे अनुभवों को बाँटिए। जब आप दूसरों को अपने साथ काम करने के लिए आमंत्रित करते हैं, तब यह देखिए कि हमारे महान सृष्टिकर्ता, यहोवा के बारे में दूसरों को बताने में वास्तविक ख़ुशी पाने के लिए क्या आप उनकी मदद कर सकते हैं।—नीतिवचन 25:25.
আধ্যাত্মিক ৰত্ন বিচাৰক
কোমল স্বভাৱ আপোনাৰ দুৰ্বলতা নহয়, শক্তিহে
৩ মৃদুভাৱ বা কোমল স্বভাৱৰ হোৱাটো দুৰ্বলতা নহয়। কাৰণ কোনো কঠিন পৰিস্থিতিত নিজকে নিয়ন্ত্ৰণত ৰাখিবলৈ শক্তিৰ প্ৰয়োজন হয়। মৃদুভাৱ বা কোমলতা পবিত্ৰ শক্তিৰ ফলৰ এটা ভাগ হয়। (গালা. ৫:২২, ২৩) বাইবেলত যি গ্ৰীক শব্দৰ অনুবাদ মৃদুভাৱ কৰা হৈছে, সেই শব্দ প্ৰায় এনে বনৰীয়া ঘোঁৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, যাক নিয়ন্ত্ৰণত থাকিবলৈ শিকোৱা হৈছে। চিন্তা কৰক, এটা বনৰীয়া ঘোঁৰা শান্ত হৈ থাকিবলৈ শিকিছে। যদিও সি শান্ত হৈ আছে, তথাপি এতিয়াও সি শক্তিশালী। গতিকে, আমি কি কৰিব পাৰোঁ যাতে কোমল স্বভাৱ আমাৰ শক্তি হৈ পৰে? আমি এয়া নিজৰ শক্তিৰে কৰিব নোৱাৰোঁ। ইয়াৰ বাবে আমি যিহোৱাৰ পৰা পবিত্ৰ শক্তি বিচাৰিব লাগিব যাতে আমি অন্তৰত ভাল গুণ বঢ়াব পাৰোঁ। বহুতো ভাই-ভনীয়ে এইদৰেই কৰিলে। যেনে, লোকসকলে তেওঁলোকৰ লগত তৰ্ক কৰোঁতে তেওঁলোকে শান্ত হৈ থাকিল আৰু আন লোকসকলৰ ওপৰত ইয়াৰ ভাল প্ৰভাৱ পৰিলে। (২ তীমথিয় ২:২৪, ২৫ পঢ়ক।) গতিকে কোমল স্বভাৱ যাতে আপোনাৰ শক্তি হৈ পৰে তাৰ বাবে আপুনি কি কৰিব পাৰে?
আগষ্ট ১১-১৭
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | হিতোপদেশ ২৬
‘অজ্ঞানী লোকৰ’ পৰা দূৰত থাকক
it-২ ৭২৯ ¶৬
बारिश
मौसम: वादा किए गए देश में खासकर दो मौसम होते थे, गरमियों का और सर्दियों का। गरमियों का मौसम सूखा होता था जबकि सर्दियों में बारिश होती थी। (भज 32:4; श्रेष 2:11, फु. से तुलना करें।) करीब अप्रैल के बीच से अक्टूबर के बीच तक बहुत कम बारिश होती थी। इन्हीं महीनों के दौरान फसल की कटाई भी होती थी। इसलिए अगर इस दौरान बारिश होती तो फसल बरबाद हो सकती थी। यही वजह है कि क्यों लोगों को बेमौसम की बारिश नहीं पसंद थी।—नीत 26:1.
w৮৭ ১০/১ ১৯ ¶১২
सुधारे जाने पर शांति पैदा होती है
12 नीतिवचन 26:3 में लिखा है, “घोड़े के लिए चाबुक, गधे के लिए लगाम और मूर्ख की पीठ के लिए छड़ी होती है।” यह दिखाता है कि कुछ लोगों को सख्ती से सुधारे जाने की ज़रूरत पड़ती है। यही बात इसराएलियों के बारे में सच थी। कई बार यहोवा ने उन्हें नम्र करने के लिए उन मुसीबतों से गुज़रने दिया, जो उन्होंने खुद पर लायी थीं। जैसे, उसने दूसरे राष्ट्रों को उन पर कब्ज़ा करने दिया। (भज 107:11-13) पर कुछ मूर्ख लोग नम्र नहीं होते बल्कि और भी ढीठ हो जाते हैं। उन्हें कितना भी सुधारो, वे नहीं सुधरते।—नीतिवचन 29:1.
it-২ ১৯১ ¶৪
लँगड़ा, लँगड़ाना
नीतिवचन: बुद्धिमान राजा सुलैमान ने कहा, “जो मूर्ख को कोई काम सौंपता है, वह अपने ही पैर पर कुल्हाड़ी मारता है” (यानी खुद को लँगड़ा कर देता है)। (नीत 26:6) जो कोई किसी “मूर्ख” पर भरोसा करता है और उसे काम पर रखता है, वह खुद का ही नुकसान कर रहा होता है। अपना काम पूरा करने के लिए वह जो भी योजनाएँ बनाएगा वे कामयाब नहीं होंगी। और इससे जो भी घाटा होगा, वह भी उसे उठाना पड़ेगा।
আধ্যাত্মিক ৰত্ন বিচাৰক
কোমল স্বভাৱ আপোনাৰ দুৰ্বলতা নহয়, শক্তিহে
১৮ আমি লোকসকলক যিমানেই ভালদৰে বা বিশ্বাসেৰে নুবুজাওঁ কিয়, তথাপি সকলোৱে নুশুনিব। কিন্তু আমি ভাবি-চিন্তি আৰু কোমলতাৰে তেওঁলোকক উত্তৰ দিলে ভাল পৰিণাম হয়। (কলচীয়া ৪:৬ পঢ়ক।) আমি যি বিশ্বাস কৰোঁ, সেয়া লোকসকলক জনোৱাটো বল খেলাৰ দৰে হয়। আমি ওচৰত থকা ব্যক্তিৰ ফালে বল লাহেকৈ বা জোৰেৰে পেলাব পাৰোঁ। যদি আমি বল লাহেকৈ পেলাওঁ, তেনেহʼলে হয়তো ওচৰত থকা ব্যক্তিয়ে ইয়াক ধৰিব পাৰে আৰু এইদৰে আমাৰ মাজত খেল চলি থাকিব পাৰে। ঠিক সেইদৰে, যদি আমি ভাবি-চিন্তি আৰু কোমলতাৰে লোকসকলক কথা কওঁ, তেনেহʼলে হয়তো লোকসকলে আমাৰ কথা শুনিবলৈ সাজু হʼব আৰু আমি তেওঁলোকৰ লগত কথা পাতি থাকিব পাৰোঁ। হয়তো কিছুমান লোকে আমাৰ লগত তৰ্ক কৰি থাকিব বিচাৰে বা আমাক ঠাট্টা কৰি থাকিব বিচাৰে। এনে লোকসকলৰ লগত কথা পাতি থকা উচিত নহয়। (হিতো. ২৬:৪) কিন্তু সকলোৱে তেওঁলোকৰ দৰে নহয়। হয়তো বেছিভাগ লোকেই আমাৰ কথা শুনিবলৈ সাজু হʼব পাৰে।
আগষ্ট ১৮-২৪
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | হিতোপদেশ ২৭
প্ৰকৃত বন্ধু কোন হয়?
w১৯.০৯ ৫ ¶১২
यहोवा अपने नम्र सेवकों को अनमोल समझता है
12 नम्र इंसान हमेशा अच्छी सलाह की कदर करता है। इस बात को समझने के लिए एक उदाहरण लीजिए। आप सभा में आए हैं और कुछ भाई-बहनों से बात कर रहे हैं। फिर उनमें से एक आपको अलग ले जाता है और बताता है कि आपके दाँत में कुछ खाना फँसा है। यह सुनकर आप शर्मिंदा हो जाते हैं, लेकिन आप उस भाई या बहन के एहसानमंद होंगे कि उसने आपको आकर बताया। शायद आप यह भी सोचें, ‘काश! किसी ने मुझे पहले बता दिया होता।’ उसी तरह जब कोई मसीही हिम्मत जुटाकर हमें सलाह देता है, तो हमें नम्रता से सलाह कबूल करनी चाहिए और उस भाई या बहन का एहसानमंद होना चाहिए। हमें उसे अपना दुश्मन नहीं बल्कि अपना दोस्त समझना चाहिए।—नीतिवचन 27:5, 6 पढ़िए; गला. 4:16.
it-২ ৪৯১ ¶৩
पड़ोसी
नीतिवचन 27:10 में हमें सलाह दी गयी है कि मुसीबत की घड़ी में दूर रहनेवाले किसी रिश्तेदार, जैसे अपने सगे भाई की मदद लेने से अच्छा है कि हम किसी करीबी दोस्त की मदद लें। ऐसा इसलिए है क्योंकि शायद वह रिश्तेदार हमारी मदद करने की हालत में ना हो। पर जो दोस्त पास रहता है वह शायद हमारी मदद कर पाए। इसलिए हमें ऐसे करीबी दोस्तों की कदर करनी चाहिए और उनकी मदद लेने से नहीं झिझकना चाहिए।
কিশোৰ-কিশোৰীসকল, আপোনালোকে কেনেধৰণৰ জীৱন জীয়াই থকাটো বিচাৰে?
৭ যোৱাচৰ ভুল নিৰ্ণয়ৰ পৰা আমি শিকোঁ যে আমি সেই লোকসকলৰ লগত বন্ধুত্ব কৰা উচিত, যিসকলে যিহোৱাক প্ৰেম কৰে আৰু তেওঁক আনন্দিত কৰিব বিচাৰে। এনে বন্ধুসকলে আমাক ভাল কাম কৰিবলৈ উৎসাহিত কৰিব। আমি কেৱল নিজৰ বয়সৰ লোকসকলৰ লগত বন্ধুত্ব কৰিব লাগে এনে নহয়। আমি নিজতকৈ সৰু বা ডাঙৰ লোকসকলৰ লগতো বন্ধুত্ব কৰিব পাৰোঁ। মনত আছেনে, যোৱাচৰ বন্ধু যিহোয়াদা তেওঁৰ পৰা কিমান ডাঙৰ আছিল। বন্ধুসকলৰ কথা আহিলে চিন্তা কৰক, ‘মোৰ বন্ধুসকলে যিহোৱাৰ ওপৰত বিশ্বাস বঢ়াবলৈ মোক সহায় কৰেনে? তেওঁলোকে মোক যিহোৱাৰ কথা মানিবলৈ উৎসাহিত কৰেনে? তেওঁলোকে যিহোৱা আৰু বাইবেলৰ সত্যতাৰ বিষয়ে কথা পাতেনে? তেওঁলোকে যিহোৱাৰ মানদণ্ড পালন কৰেনে? তেওঁলোকে মোক আনন্দিত কৰিবলৈ ভাল কথাবোৰ কয় নে মই ভুল কৰিলে শুধৰণিও কৰে?’ (হিতো. ২৭:৫, ৬, ১৭) গতিকে, যিহোৱাক প্ৰেম নকৰা বন্ধুসকলৰ লগত বন্ধুত্ব বজাই ৰখাৰ কোনো প্ৰয়োজন নাই। কিন্তু যিহোৱাক প্ৰেম কৰা বন্ধুসকলক কেতিয়াও নেৰিব। তেওঁলোকে সদায় আপোনাক সহায় কৰিব।—হিতো. ১৩:২০.
আধ্যাত্মিক ৰত্ন বিচাৰক
প্ৰাচীনসকল, গিদিয়োনৰ পৰা শিকক
৮ আপোনাৰ প্ৰশংসা কৰাৰ সময়ত যিহোৱাৰ মহিমা কৰক। গিদিয়োনে মিদিয়নীয়াবিলাকক পৰাজয় কৰিবলৈ সহায় কৰাৰ বাবে ইস্ৰায়েলীসকলে যেতিয়া তেওঁক প্ৰশংসা কৰিলে, তেতিয়া তেওঁ ইয়াৰ সকলো মহিমা যিহোৱাক দিলে। (বিচা. ৮:২২, ২৩) আজি প্ৰাচীনসকলে গিদিয়োনৰ দৰে কেনেকৈ হʼব পাৰে? তেওঁলোকে যি কৰে তাৰ সকলো মহিমা যিহোৱাক দিব পাৰে। (১ কৰি. ৪:৬, ৭) যেনে, এজন প্ৰাচীনে যদি ভালদৰে শিকায় আৰু ইয়াৰ বাবে তেওঁক প্ৰশংসা কৰা হয়, তেনেহʼলে তেওঁ কʼব পাৰে যে তেওঁ যি শিকালে, সেয়া ঈশ্বৰৰ বাক্যৰ পৰা আছিল বা আমি সকলোৱে যিহোৱাৰ সংগঠনৰ পৰাই শিকোঁ। মাজে সময়ে প্ৰাচীনসকলে চিন্তা কৰিব পাৰে যে তেওঁলোকে যিদৰে শিকায়, তাৰ পৰা লোকসকলে যিহোৱাৰ পৰিৱৰ্তে তেওঁৰ ফালে বেছি ধ্যান দিয়া নাইতো। তীমথিৰ উদাহৰণলৈ মন কৰক। নতুনকৈ প্ৰাচীন হওঁতে তেওঁ জনভাষণ দি বৰ ভাল পাইছিল। তেওঁ এইদৰে কয়, “মোৰ ভাষণবোৰ দীঘলীয়া আৰু ডাঙৰ ডাঙৰ উদাহৰণেৰে আৰম্ভ হৈছিল। ইয়াৰ বাবে প্ৰায়ে লোকসকলে মোৰ প্ৰশংসা কৰিছিল। কিন্তু লোকসকলৰ ধ্যান বাইবেল বা যিহোৱাৰ ফালে নগৈছিল। কিছু সময়ৰ পাছত তীমথিৰ অনুভৱ হʼল যে তেওঁক নিজৰ শিকোৱাৰ পদ্ধতিত অলপ সাল-সলনি কৰাৰ প্ৰয়োজন আছে, যাতে লোকসকলে তেওঁৰ ওপৰত ধ্যান নিদিয়ে।” (হিতো. ২৭:২১) ইয়াৰ পৰিণাম কি হʼল? তেওঁ এইদৰে কৈছে, “এতিয়া ভাই-ভনীসকলে মোক কয় যে আপোনাৰ ভাষণৰ পৰা মই শিকিলোঁ কেনেকৈ নিজৰ সমস্যাৰ সন্মুখীন হʼব পাৰোঁ, কেনেকৈ নিজৰ সমস্যা পাৰ কৰিব পাৰোঁ বা কেনেকৈ যিহোৱাৰ আৰু কাষ চাপিব পাৰোঁ। বহু বছৰৰ আগতে মোৰ যি প্ৰশংসা কৰা হৈছিল তাৰ তুলনাত এতিয়া ভাই-ভনীসকলৰ এনেধৰণৰ কথা শুনি মই বেছি আনন্দিত হওঁ।”
আগষ্ট ২৫-৩১
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | হিতোপদেশ ২৮
দুষ্ট আৰু নম্ৰ লোকৰ মাজত পাৰ্থক্য
w৯৩ ৫/১৫ ২৬ ¶২
क्या आप पूरे दिल से यहोवा की बात मानते हैं?
“नेक जन शेर की तरह बेखौफ रहता है।” (नीतिवचन 28:1) उसे परमेश्वर के वचन पर पूरा विश्वास होता है। वह हिम्मत से यहोवा की सेवा में लगा रहता है, फिर चाहे उसके सामने कोई भी खतरा क्यों ना आए।
it-২ ১১৩৯ ¶৩
समझ
जो समझ देनेवाले परमेश्वर की नहीं मानते: एक इंसान जब परमेश्वर की बात नहीं मानता तो वह फैसले लेते वक्त उसके सिद्धांतों को नज़रअंदाज़ करने लगता है। (अय 34:27) वक्त के चलते उसे लगता है कि उसके काम गलत नहीं हैं और वह समझ-बूझ खोने लगता है। (भज 36:1-4) कहने को तो वह ईश्वर को मानता है, पर करता है इंसानी सोच के मुताबिक। (यश 29:13, 14) वह अपने बुरे व्यवहार को “खेल” समझता है। (नीत 10:23) उसकी सोच टेढ़ी होती है और वह बेवकूफी की बातें सोचता है। उसे लगता है कि परमेश्वर, जो अदृश्य है, उसके गलत काम नहीं देखता। (भज 94:4-10; यश 29:15, 16; यिर्म 10:21) इस तरह वह मानो कह रहा होता है, “कोई यहोवा नहीं।” (भज 14:1-3) नतीजा, वह सही-गलत में फर्क नहीं कर पाता, किसी भी मामले को ठीक से नहीं देख पाता और ना ही सही फैसले ले पाता है।
it-১ ১২১১ ¶৪
निर्दोष रहना, निर्दोष चालचलन, वफादारी
एक नेक इंसान भले ही गरीब हो, पर उसका मोल एक अमीर दुष्ट से कहीं ज़्यादा है। वह यहोवा पर पूरा भरोसा और विश्वास करता है, इसलिए वह उसका वफादार रहता है। (भज 25:21) यहोवा वादा करता है कि वह ऐसे वफादार और निर्दोष चाल चलनेवालों के लिए “ढाल” और “मज़बूत गढ़” होगा। (नीत 2:6-8; 10:29; भज 41:12) एक वफादार और निर्दोष व्यक्ति हमेशा ऐसे काम करने की कोशिश करता है जिनसे यहोवा खुश होता है, इसलिए वह सही राह पर बना रह पाता है। (भज 26:1-3; नीत 11:5; 28:18) कई बार दुष्ट लोगों की वजह से निर्दोष लोगों को दुख उठाना पड़ता है, पर यह बात यहोवा से नहीं छिपती। वह वादा करता है कि भविष्य में वह निर्दोष लोगों को सुकून की ज़िंदगी देगा। (अय 9:20-22; भज 37:18, 19, 37; 84:11; नीत 28:10) अय्यूब की मिसाल से हम सीखते हैं कि यहोवा के वफादार रहना, दौलतमंद होने से कहीं बढ़कर है।—नीत 19:1; 28:6.
আধ্যাত্মিক ৰত্ন বিচাৰক
সতৰ্ক হৈ থাকিলে আপুনি পাপৰ পৰা আঁতৰি থাকিব পাৰিব!
১৯ এয়া সঁচা যে কিছুমান দুৰ্বলতাক নিয়ন্ত্ৰণ কৰাটো বহুত কঠিন। কিন্তু এনে পৰিস্থিতিত পাপ নকৰিবলৈ আপুনি কি কৰিব পাৰে? যীচুৰ পৰামৰ্শ পালন কৰক। ‘জাগি থাকক’ আৰু সতৰ্ক হৈ থাকক। যেতিয়া আপোনাৰ অনুভৱ হয় যে আপুনি থিৰে আছে, তেতিয়াও আপুনি সেই পৰিস্থিতি আৰু কামৰ পৰা আঁতৰি থাকক, যিয়ে আপোনাৰ দুৰ্বলতাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। (১ কৰি. ১০:১২) মনত পেলাওক যে আগতে আপুনি এই দুৰ্বলতাৰ লগত যুঁজিবলৈ কি কি পদক্ষেপ লৈছিল আৰু সেইদৰেই কৰক। বাইবেলত লিখা আছে, “যি মানুহে সদায় সতৰ্ক হৈ থাকে, তেওঁ সুখী।”—হিতো. ২৮:১৪, NW; ২ পিত. ৩:১৪.